২. গৰম পানীত নেমুৰ ৰস বা চাহৰ লগত মিহলাই খালে মূৰৰ বিষৰ পৰাও উপশম পোৱা যায়।
৩. নেমু পানী সেৱন কৰিলে কিডনীত পাথৰ হব পৰা যিকোনো সম্ভাৱনাৰ পৰা ৰক্ষা পোৱা যায়।
৪. নেমুত আছে ভিটামিন C আৰু পটেচিয়াম, যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, নেমুত থকা পটেচিয়ামে হৃদপিণ্ডৰ কৰ্ম ক্ষমতা বৃদ্ধি কৰাটো সহায় কৰে।
৫. সঘনাই মানুহৰ মুখত হৈ থকা ঘাঁ তথা টনচিলত হোৱা সংক্ৰমিত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা নেমুৰ ৰসত আছে। কিয়নো নেমুৰ ৰসত থাকে বেক্টেৰিয়া প্ৰতিৰোধ কৰাৰ ক্ষমতা।