ভূমিকম্পই জোকাৰিল অসম

rintu Kurmi
0


 পূনৰ ভূমিকম্পই জোকাৰিল অসম ।   ৮.২০ বজাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহৰ লগতে সমগ্ৰ ৰাজ্যতে অনুভূত হয় তীব্ৰ ভূমিকম্পৰ জোকাৰণি। 

ৰিখটাৰ স্কেলত ৫.৪ প্ৰাবল্যৰ আছিল এই ভূমিকম্প। ভূমিকম্পৰ অভিকেন্দ্ৰ হ’ল বাংলাদেশৰ কানাইঘাট ।  কেৱল অসমেই নহয় উত্তৰ পূবৰ চুবুৰীয়া ৰাজ্যসমূহতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।


Post a Comment

0Comments

Post a Comment (0)